Competitive Examination Question Answer, Assam Police

Spread the love

1. অসম পুলিচৰ মূখ্য কাৰ্যালয় ক’ত আছে?

Answer: গুৱাহাটীৰ উলুবাৰীত

2.অসমত বৰ্তমান আৰক্ষী জিলা কিমান আছে?

Answer: ৩৫ খন

3.অসম পুলিচৰ কমান্ডো বাহিনীৰ নাম কি?

Answer: ব্লেক পেন্হাৰ

4. অসম পুলিচৰ কমান্ডো  বাহিনী গঠন কৰা হয় কিমান চনত?

Answer: ১৯৯৬ চনত।  

5. অসম পুলিচৰ কমান্ডো  বাহিনীৰ  মূখ্য কাৰ্যালয় ক’ত আছে?

Answer: উত্তৰ গুৱাহাটীৰ মান্দাকাটাত

6. অসম পুলিচৰ বেটেলিয়ন কিমান আছে?

Answer: ১৪ টা

7. প্ৰথম অসম আৰক্ষী বেটেলিয়নৰ মূখ্য কাৰ্যালয় ক’ত আছে?

Answer: শিৱসাগৰৰ নাজিৰাত

8. অসমত আৰক্ষী আয়ুক্তালয় (পুলিচ কমিছনাৰেট) থকা নগৰ কোনখন?

Answer: গুৱাহাটী

9. অসমত আৰক্ষী আয়ুক্তালয় (পুলিচ কমিছনাৰেট) কিমান চনত গঠন কৰা হয়?

Answer: ২০১৫ চনত

10. অসমৰ প্ৰথম গৰাকী আৰক্ষী আয়ুক্ত কোন ??

Answer: জ্যোতিৰ্ময় চক্ৰবৰ্তী

11. অসম আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় ক’ত আছে ?

Answer: দেৰগাঁৱত  

12. অসম আৰক্ষী দিৱস কেতিয়া ?

Answer: এক অক্টোবৰ 

13. মহিলাৰ বিৰূদ্ধে হোৱা অপৰাধ প্ৰতিৰোধৰ বাবে ভাৰতৰ ভিতৰত প্ৰথম গঠন কৰা কমান্ডো দলটোৰ নাম ?

Answer: বীৰাংগনা  

14.বীৰাংগনা ৰ মূখ্য কাৰ্যালয় ?

Answer: মান্দাকাটাত  

15.অসম আৰক্ষী ৰ টাস্কফোৰ্চৰ চাৰিটা বেটেলিয়ন ক’ত আছে ?

Answer: গোৱালপাৰা, নগাঁও, দৰং আৰু বৰপেটাত 

16. অসম আৰক্ষী ৰ প্ৰথম মহিলা মহাপৰিদৰ্শক ?

Answer: ভায়োলেট বৰুৱা 

17. ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী হ’ল ?

Answer: অসম ৰাইফলছ 

18. অসম ৰাইফলছৰ পুৰণি নাম কি?

Answer: কাছাৰ লেভি 

19.অসম আৰক্ষী ৰ মূল মন্ত্ৰ কি?

Answer:জনহিতাৰ্থে জনসেৱাৰ্থে 

20. অসম আৰক্ষী ৰ ৱায়াৰলেচ সেৱা কেতিয়া আৰম্ভ হৈছিল?

Answer:১৯৪৬ চনৰ ১২ মাৰ্চত 

21. অসম নদী আৰক্ষী ৰ জন্ম হয় কেতিয়া?

Answer:১৯৬০ চনত 

22. অসম নদী আৰক্ষী থানা আছে ক’ত আছে?

Answer:গোৱালপাৰা, শুৱালকুচি, তেজপুৰ আৰু বিশ্বনাথত 

23. অসমৰ প্ৰথম কেবল মহিলাৰ বাবে নিৰ্মাণ কৰা আৰক্ষী থানা ক’ত আছে?

Answer:পাণবজাৰ 

23. অসম আৰক্ষীৰ অধিনত গাওঁ সুৰক্ষা সন্থা কেতিয়া আৰম্ভ কৰা হয়

Answer:১৯৫১ চনত শিৱসাগৰত 

24.অসম আৰক্ষী ৰ ব্যুৰো অৱ ইনভেষ্টিগেশ্বন সৃষ্টি কৰা হয়

Answer:১৯৭৬ চনত 

25.অসম আৰক্ষীৰ কিমান টা ইন্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ন আছে

Answer:৯ টা 

26.অসম আৰক্ষীয়ে যিকোনো ধৰনৰ হিংসা প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা যান খনৰ নাম

Answer:বজ্ৰ 

Be the first to comment

Leave a Reply

Your email address will not be published.




  ×  4  =  32