General Knowledge For Competitive Exam

Spread the love

1. পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?

Answer: নীল নদী

2.পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?

Answer: আমাজান

3.কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়?

Answer: আলফ্ৰেড ন’বেল

4.কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল?

Answer: গীতাঞ্জলি

5.ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল?

Answer: ১৯১৩ চনত

6.কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়?

Answer: ১৯০১ চন

7. শান্তিৰ নোবেল বঁটা কোন খন চহৰত প্ৰদান কৰা হয়?

Answer: অ’ছল’

8.জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি?

Answer: মাউন্ট ফুজি

9.পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বিশ্বৰ কোনখন দেশত অৱস্থিত?

Answer: এঞ্জেল জলপ্ৰপাত আৰু ই ভেনেজুৱেলাত অৱস্থিত

10.ঐতিহাসিক চহৰ মাচু পিচ্চু বিশ্বৰ কোনখন দেশত অৱস্থিত?

Answer: পেৰু

Be the first to comment

Leave a Reply

Your email address will not be published.




51  −    =  50