GK Competitive Exam Preparation, Assamese Literature Set1

Spread the love

1. কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

Answer: অঘৰী আত্মাৰ কাহিনী

2.কাক লুইত কোঁৱৰ বুলিও জনা যায়?

Answer: ৰুদ্ৰ বৰুৱা

3.২০১৭ চনত কোনে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?

Answer: জয়ন্ত মাধৱ বৰা

4.অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

Answer: ভট্টদেৱ

5.ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি?

Answer: বৈকুন্ঠ নাথ ভাগৱত ভট্টাচাৰ্য

6.ভাঙনি কোৱঁৰ হিচাপে কাক জনা যায়?

Answer: আনন্দ চন্দ্ৰ আগৰৱালা

7. অসমীয়া সাহিত্যিত কাক উপন্যাস সম্ৰাট বুলি জনা যায়?

Answer: ৰজনীকান্ত বৰদলৈ

8.অসমীয়া সাহিত্যত কাক বিহগী কবি বুলি জনা যায়?

Answer: ৰঘুনাথ চৌধাৰী

9.লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী খনৰ নাম কি?

Answer: মোৰ জীৱন সোৱঁৰণ

10.লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথি খনৰ নাম কি?

Answer: কদমকলি

Be the first to comment

Leave a Reply

Your email address will not be published.




  −  2  =  7