D El Ed Social Science Part1 May 16, 2020 admin Comments Off on D El Ed Social Science Part1 Welcome to "D El Ed Social Science Part1" হৰপ্পা সভ্যতা আছিল নগৰ কেন্দ্ৰিক এটাও নহয় নগৰ আৰু গ্ৰাম্য কেন্দ্ৰিক গ্ৰাম্য কেন্দ্ৰিক None হৰপ্পা সভ্যতাৰ আৱিস্কাৰ হৈছিল ২০০০ ১৮২১ ১৯২১ ১৯২২ None হৰপ্পা সভ্যতাৰ লোকসকলে কোনবিধ জন্তুৰ ব্যৱহাৰ জনা নাছিল ভেৰা ঘোৰা ছাগলী ষাড় গৰু None মধ্যপ্ৰস্হ যুগৰ প্ৰধান জীবিকা আছিল খেতি মাছমৰা চিকাৰ জন্তু পোহ পাল None সিন্ধু সভ্যতা প্ৰথম আৱিস্কাৰ হৈছিল বৰ্তমান পাকিস্হানৰ ------ ঠাইত ল'থাল ম'হেননজাদাৰো ধোলাবিৰা হৰপ্পা None 1 out of 2 হৰপ্পা সভ্যতা গঢ়ি উঠিছিল ______ নদীক কেন্দ্ৰ কৰি সিন্ধু নদী নৰ্মদা নদী তৃষ্ণা নদী ব্ৰহ্মপুত্ৰ None 1.সিন্ধু সভ্যতাৰ আন এটা নাম গংগা সভ্যতা ম'হেননজাদাৰো সভ্যতা হৰপ্পা সভ্যতা মেছপটেমিয়া সভ্যতা None হৰপ্পা সভ্যতাৰ লোকসকলে –-------- সভ্যতাৰ লোকসকলৰ লগত আন্তৰ্জাতিক বেপাৰ সম্পৰ্ক গঢ়ি তুলিছিল বুলি প্ৰমান পোৱা গৈছে ৰোমান গ্ৰীক মেছপ'টেমিয়া চীন None হৰপ্পা সভ্যতাৰ লোকসকলে ________ ধাতুৰ ব্যৱহাৰ ভালকৈ জানিছিল তাম ব্ৰন্জ সোণ ৰূপ None সিন্ধু সভ্যতা গঢ়ি উঠিছিল ভাৰতত উত্তৰ পশ্চিম ভাৰতত ভাৰত-পাকিস্হানত পাকিস্হানত None 2 out of 2 Time's upTime is Up!