D El Ed Social Science Part2 June 21, 2020 admin Comments Off on D El Ed Social Science Part2 Welcome to "D El Ed Social Science Part2" সিন্ধু সভ্যতাৰ পতনৰ মূল কাৰণ ভূমিকম্প বিদেশী আক্ৰমণ মহামাৰী বানপানী None হৰপ্পা সভ্যতা বৰ্তি আছিল ----লৈ খ্ৰীষ্টপূৰ্ব ৩৫০০-২০০০ খ্ৰীষ্টপূৰ্ব ৭০০০-২৫০০ খ্ৰীষ্টপূৰ্ব ৫০০০-১৫০০০ খ্ৰীষ্টপূৰ্ব ৭০০০-২০০০ None ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্বাৰ কৰিছিল জ'ন মাৰশল ম'ৰটিমাৰ উইলাৰ উইলিয়াম জ'নছ আলেকজেন্দাৰ কানিংহাম None বৰ্তমান ভাৰতত অৱস্হিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্হান আছিল পাটনা ল'থাল কুণ্টাছি ধোলাবিৰা None সিন্ধু সভ্যতাৰ স্ৰষ্টা আছিল অষ্ট্ৰলইদ ছমেৰিয় দ্ৰাবিদিয়ান আৰ্য্য None 1 out of 2 সিন্ধু সভ্যতাৰ চৰকাৰ ব্যৱস্হা আছিল ৰাজতন্ত্ৰ ধনতন্ত্ৰ ধৰ্মনিৰপেক্ষ যুক্তৰাষ্ট্ৰীয় পুৰোহিত None সিন্ধু সভ্যতা কিমান পুৰনি ৭০০০ ১০০০ ৫০০০ ৩০০০ None সিন্ধু সভ্যতাৰ শিল্প সমূহ গঢ়ি উঠিছিল প্ৰধানত –--------- ক কেন্দ্ৰ কৰি ধাতু বিজ্ঞান কাপোৰ কানি প্ৰস্তুত মনি মুকুতা তৈয়াৰ জাহাজ নিৰ্মাণ None সিন্ধু সভ্যতাৰ বিশেষত্ত হল বাণিজ্য স্হাপত্যবিদ্যা নগৰ পৰিকল্পনা এটাও নহয় None নৱপ্ৰস্তযুগীয় শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল এছ ডি ছাংকালিয়া জন মাৰল ম'ৰটিমাৰ উইলাক ছাৰ জন লুবক None 2 out of 2 Time's upTime is Up!