D El Ed Social Science Part1 May 16, 2020 admin Comments Off on D El Ed Social Science Part1 Welcome to "D El Ed Social Science Part1" সিন্ধু সভ্যতা গঢ়ি উঠিছিল ভাৰত-পাকিস্হানত পাকিস্হানত উত্তৰ পশ্চিম ভাৰতত ভাৰতত None হৰপ্পা সভ্যতাৰ লোকসকলে ________ ধাতুৰ ব্যৱহাৰ ভালকৈ জানিছিল ব্ৰন্জ সোণ ৰূপ তাম None 1.সিন্ধু সভ্যতাৰ আন এটা নাম হৰপ্পা সভ্যতা ম'হেননজাদাৰো সভ্যতা মেছপটেমিয়া সভ্যতা গংগা সভ্যতা None হৰপ্পা সভ্যতাৰ লোকসকলে –-------- সভ্যতাৰ লোকসকলৰ লগত আন্তৰ্জাতিক বেপাৰ সম্পৰ্ক গঢ়ি তুলিছিল বুলি প্ৰমান পোৱা গৈছে মেছপ'টেমিয়া চীন ৰোমান গ্ৰীক None হৰপ্পা সভ্যতা গঢ়ি উঠিছিল ______ নদীক কেন্দ্ৰ কৰি নৰ্মদা নদী ব্ৰহ্মপুত্ৰ তৃষ্ণা নদী সিন্ধু নদী None 1 out of 2 হৰপ্পা সভ্যতাৰ লোকসকলে কোনবিধ জন্তুৰ ব্যৱহাৰ জনা নাছিল ভেৰা ঘোৰা ছাগলী ষাড় গৰু None মধ্যপ্ৰস্হ যুগৰ প্ৰধান জীবিকা আছিল চিকাৰ খেতি জন্তু পোহ পাল মাছমৰা None হৰপ্পা সভ্যতাৰ আৱিস্কাৰ হৈছিল ১৯২১ ১৮২১ ১৯২২ ২০০০ None সিন্ধু সভ্যতা প্ৰথম আৱিস্কাৰ হৈছিল বৰ্তমান পাকিস্হানৰ ------ ঠাইত ম'হেননজাদাৰো ল'থাল হৰপ্পা ধোলাবিৰা None হৰপ্পা সভ্যতা আছিল নগৰ আৰু গ্ৰাম্য কেন্দ্ৰিক গ্ৰাম্য কেন্দ্ৰিক নগৰ কেন্দ্ৰিক এটাও নহয় None 2 out of 2 Time's upTime is Up!