GK Competitive Exam Preparation, Assamese Literature Set2

Spread the love

1. লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাস খনৰ নাম কি?

Answer: পদুম কুৱঁৰী

2.নটসূৰ্য’ বুলি কাক জনা যায়?

Answer: ফণী শৰ্মা

3.প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?

Answer: ভানুমতী

4.“অসমীয়া সাহিত্যৰ বুৰঞ্জী” ৰ লেখক কোন?

Answer: দেৱেন্দ্ৰনাথ বেজবৰুৱা

5.পোন প্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল?

Answer: মাধৱ কন্দলী

6.পোন প্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?

Answer: ৰাম সৰস্বতী

7. ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাস খনৰ নাম কি?

Answer: মিৰি-জিয়ৰী

8.ভক্তি-ৰত্নাৱলী কোনে ৰচনা কৰিছিল?

Answer: শ্ৰী শ্ৰীমাধৱদেৱ

9.কীৰ্তনঘোষা কোনে ৰছনা কৰিছিল?

Answer: শ্ৰীমন্ত শংকৰদেৱ

10.নামঘোষা কোনে ৰছনা কৰিছিল?

Answer: মাধৱদেৱ

Be the first to comment

Leave a Reply

Your email address will not be published.




  −  1  =  7