D El Ed Social Science Part2 June 21, 2020 admin Comments Off on D El Ed Social Science Part2 Welcome to "D El Ed Social Science Part2" নৱপ্ৰস্তযুগীয় শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল ছাৰ জন লুবক ম'ৰটিমাৰ উইলাক জন মাৰল এছ ডি ছাংকালিয়া None সিন্ধু সভ্যতা কিমান পুৰনি ৭০০০ ৫০০০ ৩০০০ ১০০০ None সিন্ধু সভ্যতাৰ বিশেষত্ত হল স্হাপত্যবিদ্যা নগৰ পৰিকল্পনা বাণিজ্য এটাও নহয় None সিন্ধু সভ্যতাৰ শিল্প সমূহ গঢ়ি উঠিছিল প্ৰধানত –--------- ক কেন্দ্ৰ কৰি জাহাজ নিৰ্মাণ মনি মুকুতা তৈয়াৰ ধাতু বিজ্ঞান কাপোৰ কানি প্ৰস্তুত None সিন্ধু সভ্যতাৰ চৰকাৰ ব্যৱস্হা আছিল ৰাজতন্ত্ৰ ধনতন্ত্ৰ ধৰ্মনিৰপেক্ষ যুক্তৰাষ্ট্ৰীয় পুৰোহিত None 1 out of 2 ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্বাৰ কৰিছিল ম'ৰটিমাৰ উইলাৰ জ'ন মাৰশল উইলিয়াম জ'নছ আলেকজেন্দাৰ কানিংহাম None বৰ্তমান ভাৰতত অৱস্হিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্হান আছিল ধোলাবিৰা ল'থাল কুণ্টাছি পাটনা None হৰপ্পা সভ্যতা বৰ্তি আছিল ----লৈ খ্ৰীষ্টপূৰ্ব ৩৫০০-২০০০ খ্ৰীষ্টপূৰ্ব ৭০০০-২০০০ খ্ৰীষ্টপূৰ্ব ৫০০০-১৫০০০ খ্ৰীষ্টপূৰ্ব ৭০০০-২৫০০ None সিন্ধু সভ্যতাৰ স্ৰষ্টা আছিল ছমেৰিয় অষ্ট্ৰলইদ আৰ্য্য দ্ৰাবিদিয়ান None সিন্ধু সভ্যতাৰ পতনৰ মূল কাৰণ মহামাৰী ভূমিকম্প বানপানী বিদেশী আক্ৰমণ None 2 out of 2 Time's upTime is Up!