D El Ed Social Science Part1 May 16, 2020 admin Comments Off on D El Ed Social Science Part1 Welcome to "D El Ed Social Science Part1" 1.সিন্ধু সভ্যতাৰ আন এটা নাম মেছপটেমিয়া সভ্যতা হৰপ্পা সভ্যতা ম'হেননজাদাৰো সভ্যতা গংগা সভ্যতা সিন্ধু সভ্যতা গঢ়ি উঠিছিল ভাৰত-পাকিস্হানত উত্তৰ পশ্চিম ভাৰতত ভাৰতত পাকিস্হানত হৰপ্পা সভ্যতাৰ লোকসকলে ________ ধাতুৰ ব্যৱহাৰ ভালকৈ জানিছিল তাম ব্ৰন্জ সোণ ৰূপ হৰপ্পা সভ্যতা গঢ়ি উঠিছিল ______ নদীক কেন্দ্ৰ কৰি সিন্ধু নদী তৃষ্ণা নদী ব্ৰহ্মপুত্ৰ নৰ্মদা নদী হৰপ্পা সভ্যতাৰ লোকসকলে –-------- সভ্যতাৰ লোকসকলৰ লগত আন্তৰ্জাতিক বেপাৰ সম্পৰ্ক গঢ়ি তুলিছিল বুলি প্ৰমান পোৱা গৈছে ৰোমান চীন মেছপ'টেমিয়া গ্ৰীক 1 out of 2 সিন্ধু সভ্যতা প্ৰথম আৱিস্কাৰ হৈছিল বৰ্তমান পাকিস্হানৰ ------ ঠাইত ল'থাল হৰপ্পা ম'হেননজাদাৰো ধোলাবিৰা হৰপ্পা সভ্যতা আছিল এটাও নহয় গ্ৰাম্য কেন্দ্ৰিক নগৰ কেন্দ্ৰিক নগৰ আৰু গ্ৰাম্য কেন্দ্ৰিক মধ্যপ্ৰস্হ যুগৰ প্ৰধান জীবিকা আছিল খেতি জন্তু পোহ পাল মাছমৰা চিকাৰ হৰপ্পা সভ্যতাৰ লোকসকলে কোনবিধ জন্তুৰ ব্যৱহাৰ জনা নাছিল ছাগলী ঘোৰা ষাড় গৰু ভেৰা হৰপ্পা সভ্যতাৰ আৱিস্কাৰ হৈছিল ১৯২১ ১৮২১ ২০০০ ১৯২২ 2 out of 2 Time's upTime is Up!