D El Ed Social Science Part1 May 16, 2020 admin Comments Off on D El Ed Social Science Part1 Welcome to "D El Ed Social Science Part1" সিন্ধু সভ্যতা প্ৰথম আৱিস্কাৰ হৈছিল বৰ্তমান পাকিস্হানৰ ------ ঠাইত ল'থাল হৰপ্পা ধোলাবিৰা ম'হেননজাদাৰো হৰপ্পা সভ্যতাৰ লোকসকলে কোনবিধ জন্তুৰ ব্যৱহাৰ জনা নাছিল ঘোৰা ছাগলী ষাড় গৰু ভেৰা মধ্যপ্ৰস্হ যুগৰ প্ৰধান জীবিকা আছিল জন্তু পোহ পাল চিকাৰ মাছমৰা খেতি হৰপ্পা সভ্যতা আছিল এটাও নহয় নগৰ আৰু গ্ৰাম্য কেন্দ্ৰিক গ্ৰাম্য কেন্দ্ৰিক নগৰ কেন্দ্ৰিক হৰপ্পা সভ্যতাৰ আৱিস্কাৰ হৈছিল ২০০০ ১৯২২ ১৯২১ ১৮২১ 1 out of 2 1.সিন্ধু সভ্যতাৰ আন এটা নাম মেছপটেমিয়া সভ্যতা গংগা সভ্যতা ম'হেননজাদাৰো সভ্যতা হৰপ্পা সভ্যতা হৰপ্পা সভ্যতাৰ লোকসকলে ________ ধাতুৰ ব্যৱহাৰ ভালকৈ জানিছিল সোণ তাম ব্ৰন্জ ৰূপ হৰপ্পা সভ্যতাৰ লোকসকলে –-------- সভ্যতাৰ লোকসকলৰ লগত আন্তৰ্জাতিক বেপাৰ সম্পৰ্ক গঢ়ি তুলিছিল বুলি প্ৰমান পোৱা গৈছে গ্ৰীক চীন ৰোমান মেছপ'টেমিয়া হৰপ্পা সভ্যতা গঢ়ি উঠিছিল ______ নদীক কেন্দ্ৰ কৰি সিন্ধু নদী নৰ্মদা নদী ব্ৰহ্মপুত্ৰ তৃষ্ণা নদী সিন্ধু সভ্যতা গঢ়ি উঠিছিল ভাৰত-পাকিস্হানত ভাৰতত পাকিস্হানত উত্তৰ পশ্চিম ভাৰতত 2 out of 2 Time's upTime is Up!