D El Ed Education Part2 May 14, 2020 admin Comments Off on D El Ed Education Part2 Welcome to "D El Ed Education Part2" শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলক অধীন উপাদান হিচাপে ধৰা হয় কাৰণ শিক্ষাৰ্থীসকলৰ ওপৰত শিক্ষকে ছাপ পেলায় শিক্ষকে শিক্ষাদান কৰা মতে শিকাৰুৱে শিকে শিক্ষাৰ্থীসকলে শিক্ষকৰ উপদেশ মানি লয় শিক্ষকক শিকাৰুৱে মুৰ্খ সজায় শিক্ষাদানৰ নিৰাময় কৰ্ম সম্পাদন হয় শিক্ষাদানৰ কৌশল অধিকভাৱে ব্যৱহাৰিক কৰাৰ বাবে এটাও নহয় পুনৰ উৎপাদনৰ প্ৰক্ৰিয়া সংগঠিত কৰিবলৈ ওপৰৰ দুয়োটা শৈক্ষিক সংগঠনক সমন্বিত কৰিবলৈ শিক্ষাদান তলত দিয়া ধৰনে শ্ৰেণীভূক্ত কৰিব পাৰি এটাও নহয় অগতানুুুগতিক, আনুুষ্ঠানিক অনানুুষ্ঠানিক আৰু আনুুষ্ঠানিক অনানুুষ্ঠানিক আৰু অগতানুুুগতিক, আনুুষ্ঠানিক এগৰাকী শিক্ষকৰ নিৰ্ণয় শিক্ষাদানৰ ক্ষেত্ৰত থকা মূল দায়িত্ব কি শিকাৰুসকলৰ ভৰ্তিকৰণ আচৰণ নিৰ্ণয়কৰণ বৃত্তি বিশ্লেষণ কৰিবলৈ তথ্য সম্বন্ধিত শিকাৰুৰ ব্যক্তিগত আচৰণসমূহ গোটেইকেইতা শিক্ষাদানৰ অনানুষ্ঠানিক ধাৰাটোৰ প্ৰয়োজন হয় অশিক্ষিত সকলক শিক্ষিত কৰাৰ বাবে বিদ্যালয় এৰি যোৱা সকলৰ বাবে গোটেইকেইতা ন শিকাৰু সকলৰ বাবে 1 out of 2 মুখে মুখে শিক্ষণ অধিকভাবে ব্যাহত হয় বিজ্ঞান শিক্ষাদান চিত্ৰাংকন শিক্ষাদান এটাও নহয় ভাষা শিক্ষাদান প্ৰকৃতিগত আধাৰত শিক্ষাদান শ্ৰেণীভুক্ত কৰা হয় বৰ্ণনাত্মক, নিৰ্ণয়কাৰক, উপসমকাৰক সংজ্ঞাত্মক, আবেগিক, মনোদৈহিক ব্যাখ্যাত্মক, দৃঢ়তাসম্পন্ন, মেধাসম্পন্ন এটাও নহয় গগনেৰ শ্ৰেণীকৰণ মতে শিক্ষণ অৱস্হাসমূহৰ সৰলতম ধৰণ হল নীতি শিক্ষণ এটাও নহয় সংকেত শিক্ষণ ধাৰণাৰ শিক্ষণ শিক্ষাবিদ 'গজনেৰ' মতে শিক্ষাদানৰ মনোবৈজ্ঞানিক শক্তিসমূহ আচৰণ পৰিবৰ্তন কৰিবলৈ শক্তিসমূহ গোটেইকেইতা সংজ্ঞাত্মক শক্তিসমূহ শিক্ষণ অৱস্হাসমূহৰ পৰিৱৰ্তন কৰাৰ শক্তিসমূহ ৰবাৰ্ট গজনেৰ মতে শিক্ষণ অৱস্হাৰ মুখ্য ধৰণ হল ৯ ৬ ৮ ৩ 2 out of 2 Time's upTime is Up!