D El Ed Education Part1 May 10, 2020 admin Comments Off on D El Ed Education Part1 Welcome to "D El Ed Education Part1" শিক্ষকে সাধাৰণতে শিক্ষাদান কৰে দ্বি পৰ্যায়ত ত্ৰি পৰ্যায়ত একক পৰ্যায়ত বহুকিল্প পৰ্যায়ত None শিক্ষাদান প্ৰক্ৰিয়াৰ স্বাধীন পৰিৰ্তনশীল উপাদান কোনটো শিক্ষক অধ্যক্ষ শিক্ষাৰ্থী পাঠ্যক্ৰম None শিক্ষাদান হল অবিৰাম যিয়ে স্মৃতি পৰ্যায়ৰ পৰা চিন্তন পৰ্যায়লৈ লৈ যায়। দুয়োটা পৰ্যায়ৰ মাজৰ সংযোগ ব্যৱস্হাটোক কোৱা হয় মূল্যায়ন পৰ্যায় সৃষ্টিশীল পৰ্যায় বোধ পৰ্যায় নৈতিক পৰ্যায় None তলত দিয়া কোনটো সুশিক্ষাদানৰ গুণ নহয় ই আবেগিক ভাৰসাম্যতা সৃষ্টি কৰে ই শ্ৰেণীকক্ষৰ শিকাৰুৰ সমস্যা দূৰ কৰে ই শিকাৰুসকলৰ সম্ভাৱনীয়তাসমূহ শক্তিশালী কৰে ই শিকাৰুসকলৰ অসুবিধা আতৰ কৰে None নিৰাময় বা প্ৰতিকাৰক শিক্ষা দিয়া হয় দুৰ্বল শিক্ষাৰ্থীক প্ৰতিভাৱান শিক্ষাৰ্থীক পিছপৰি থকা শিক্ষাৰ্থীক ১ আৰু ৩ None 1 out of 2 শিক্ষাদানৰ যোগাযোগ সৃষ্টি হয় শিক্ষক আৰু অধ্যক্ষ শিক্ষক আৰু অভিভাৱক শিকাৰু আৰু অধ্যক্ষ শিক্ষাৰ্থী আৰু শিক্ষক None তলত দিয়া কোনটো শিক্ষাদান প্ৰক্ৰিয়াৰ লগত জড়িত নহয় অবিৰত প্ৰক্ৰিয়া পাৰস্পৰিক প্ৰক্ৰিয়া সামাজিক প্ৰক্ৰিয়া বৃত্তিমূখী প্ৰক্ৰিয়া None শিক্ষাদান এটা প্ৰক্ৰিয়া যিটো হল উদ্দেশ্যধৰ্মী বক্তিতা গোটেইকেইতা প্ৰতীকধৰ্মী None শিক্ষাদান হব পাৰে জোখমাপৰ উৎপাদন নিদান পদ্ধতি উপশমিত পদ্ধতি গোটেইকেইতা None শিক্ষাদান এটা প্ৰক্ৰিয়া যিয়ে শিক্ষণৰ জন্ম দিয়ে। উক্তিটো দিছে ড্ৰেভাৰ পিচি নান স্মিথ আডামছ None 2 out of 2 Time's upTime is Up!