D El Ed Education Part1 May 10, 2020 admin Comments Off on D El Ed Education Part1 Welcome to "D El Ed Education Part1" তলত দিয়া কোনটো শিক্ষাদান প্ৰক্ৰিয়াৰ লগত জড়িত নহয় বৃত্তিমূখী প্ৰক্ৰিয়া অবিৰত প্ৰক্ৰিয়া পাৰস্পৰিক প্ৰক্ৰিয়া সামাজিক প্ৰক্ৰিয়া None শিক্ষাদানৰ যোগাযোগ সৃষ্টি হয় শিক্ষক আৰু অভিভাৱক শিক্ষক আৰু অধ্যক্ষ শিকাৰু আৰু অধ্যক্ষ শিক্ষাৰ্থী আৰু শিক্ষক None শিক্ষাদান এটা প্ৰক্ৰিয়া যিয়ে শিক্ষণৰ জন্ম দিয়ে। উক্তিটো দিছে আডামছ ড্ৰেভাৰ স্মিথ পিচি নান None শিক্ষাদান এটা প্ৰক্ৰিয়া যিটো হল উদ্দেশ্যধৰ্মী প্ৰতীকধৰ্মী গোটেইকেইতা বক্তিতা None শিক্ষাদান হব পাৰে নিদান পদ্ধতি জোখমাপৰ উৎপাদন গোটেইকেইতা উপশমিত পদ্ধতি None 1 out of 2 শিক্ষাদান হল অবিৰাম যিয়ে স্মৃতি পৰ্যায়ৰ পৰা চিন্তন পৰ্যায়লৈ লৈ যায়। দুয়োটা পৰ্যায়ৰ মাজৰ সংযোগ ব্যৱস্হাটোক কোৱা হয় মূল্যায়ন পৰ্যায় সৃষ্টিশীল পৰ্যায় নৈতিক পৰ্যায় বোধ পৰ্যায় None নিৰাময় বা প্ৰতিকাৰক শিক্ষা দিয়া হয় ১ আৰু ৩ প্ৰতিভাৱান শিক্ষাৰ্থীক দুৰ্বল শিক্ষাৰ্থীক পিছপৰি থকা শিক্ষাৰ্থীক None শিক্ষাদান প্ৰক্ৰিয়াৰ স্বাধীন পৰিৰ্তনশীল উপাদান কোনটো শিক্ষাৰ্থী শিক্ষক পাঠ্যক্ৰম অধ্যক্ষ None তলত দিয়া কোনটো সুশিক্ষাদানৰ গুণ নহয় ই শিকাৰুসকলৰ সম্ভাৱনীয়তাসমূহ শক্তিশালী কৰে ই আবেগিক ভাৰসাম্যতা সৃষ্টি কৰে ই শিকাৰুসকলৰ অসুবিধা আতৰ কৰে ই শ্ৰেণীকক্ষৰ শিকাৰুৰ সমস্যা দূৰ কৰে None শিক্ষকে সাধাৰণতে শিক্ষাদান কৰে ত্ৰি পৰ্যায়ত বহুকিল্প পৰ্যায়ত একক পৰ্যায়ত দ্বি পৰ্যায়ত None 2 out of 2 Time's upTime is Up!