April 17, 2020 admin Comments Off on Welcome to "Online Mock Test for Field Assistant Sahayak Assam Goverment" ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ ? চাভানা ক্ৰান্তীয় মৌচুমী ভূমধ্য সাগৰীয় None ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ’ল ৰাজস্থান উত্তৰ প্ৰদেশ গুজৰাট অসম None ধৱলগিৰি শৃংগ ক’ত অৱস্থিত ? কাশ্মীৰ নেপাল তিব্বত-নেপাল চিনকিয়াং তিব্বত None ভাৰতৰ আটাইতকৈ বেচি মছলা উৎপাদন কৰা ৰাজ্য ? গুজৰাট কেৰেলা মুম্বাই বাৰানসী None তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে ? ষ্টেফৰ্ড লাইন গুজৰাট উৰিষ্যা ৰিফট ভেলী None তলৰ কোন দুটা লো আৰু তীখা উদ্যোগ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছিল ? ৰুৰকেল্লা আৰু বোকাৰু ভিলাই আৰু বোকাৰু দুৰ্গাপুৰ আৰু ভিলাই বোকাৰু আৰু দুৰ্গাপুৰ None পৃথিৱীৰ বৃ্হৎ দেশৰ তালিকাত ভাৰতবৰ্ষৰ স্থান কি ? প্ৰথম দ্বিতীয় চতুৰ্থ সপ্তম None তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই ? হিমাচল প্ৰদেশ চিকিম জম্মু আৰু কাশ্মীৰ নাগালেণ্ড None তলৰ কোনখন ৰাজ্যৰ আকাৰ ইউৰোপৰ পোলেণ্ডৰ সমান ? মধ্যপ্ৰদেশ বিহাৰ উৰিষ্যা মহাৰাষ্ট্ৰ None উজনি ব্ৰহ্মপূত্ৰ উপত্যকাৰ প্ৰধান শস্যসমূহ হৈছে ধান, চাহ, তৈলবীজ ধান, দাইল, তৈলবীজ ধান, মৰাপাট, তৈলবীজ চাহ, ধান, মৰাপাট None ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰবেশ কৰে আৰু তাৰ নাম কি ? হুগলি কেন পদ্মা বেটৱা None আমূল দুগ্ধ সমবায় আঁচনি ক’ত অৱস্থিত ? আহমেদাবাদ গান্ধী নগৰ নয়দা বিহাৰ None ভাৰতৰ মান সময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে ? এলাহাবাদ কোভালম দ্বাৰকা পুৰী None ৰাজস্থানৰ মাউন্ট আবু কিহৰ বাবে বিখ্যাত ? পাহাৰীয়া পৰ্য্যতন কেন্দ্ৰ দিলৱাৰা মন্দিৰ মছজিদ শীতল জলবায়ু None নাগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযোজিত ? খেলমা ক’হিমা ডিমাপুৰ মণিপুৰ None 1 out of 3 Time's upTime is Up!