April 17, 2020 admin Comments Off on Welcome to "Online Mock Test for Field Assistant Sahayak Assam Goverment" তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই ? জম্মু আৰু কাশ্মীৰ হিমাচল প্ৰদেশ চিকিম নাগালেণ্ড None ভাৰতৰ আটাইতকৈ বেচি মছলা উৎপাদন কৰা ৰাজ্য ? কেৰেলা গুজৰাট বাৰানসী মুম্বাই None ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰবেশ কৰে আৰু তাৰ নাম কি ? কেন বেটৱা পদ্মা হুগলি None উজনি ব্ৰহ্মপূত্ৰ উপত্যকাৰ প্ৰধান শস্যসমূহ হৈছে চাহ, ধান, মৰাপাট ধান, চাহ, তৈলবীজ ধান, দাইল, তৈলবীজ ধান, মৰাপাট, তৈলবীজ None পৃথিৱীৰ বৃ্হৎ দেশৰ তালিকাত ভাৰতবৰ্ষৰ স্থান কি ? সপ্তম চতুৰ্থ দ্বিতীয় প্ৰথম None নাগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযোজিত ? ক’হিমা ডিমাপুৰ খেলমা মণিপুৰ None তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে ? ৰিফট ভেলী ষ্টেফৰ্ড লাইন উৰিষ্যা গুজৰাট None তলৰ কোন দুটা লো আৰু তীখা উদ্যোগ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছিল ? দুৰ্গাপুৰ আৰু ভিলাই বোকাৰু আৰু দুৰ্গাপুৰ ৰুৰকেল্লা আৰু বোকাৰু ভিলাই আৰু বোকাৰু None ভাৰতৰ মান সময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে ? কোভালম দ্বাৰকা এলাহাবাদ পুৰী None ধৱলগিৰি শৃংগ ক’ত অৱস্থিত ? চিনকিয়াং তিব্বত কাশ্মীৰ নেপাল তিব্বত-নেপাল None ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ ? চাভানা ভূমধ্য সাগৰীয় মৌচুমী ক্ৰান্তীয় None আমূল দুগ্ধ সমবায় আঁচনি ক’ত অৱস্থিত ? নয়দা গান্ধী নগৰ আহমেদাবাদ বিহাৰ None তলৰ কোনখন ৰাজ্যৰ আকাৰ ইউৰোপৰ পোলেণ্ডৰ সমান ? মহাৰাষ্ট্ৰ উৰিষ্যা বিহাৰ মধ্যপ্ৰদেশ None ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ’ল গুজৰাট উত্তৰ প্ৰদেশ ৰাজস্থান অসম None ৰাজস্থানৰ মাউন্ট আবু কিহৰ বাবে বিখ্যাত ? দিলৱাৰা মন্দিৰ শীতল জলবায়ু মছজিদ পাহাৰীয়া পৰ্য্যতন কেন্দ্ৰ None 1 out of 3 Time's upTime is Up!