D El Ed Social Science Part2 June 21, 2020 admin Comments Off on D El Ed Social Science Part2 Welcome to "D El Ed Social Science Part2" সিন্ধু সভ্যতাৰ স্ৰষ্টা আছিল ছমেৰিয় অষ্ট্ৰলইদ আৰ্য্য দ্ৰাবিদিয়ান হৰপ্পা সভ্যতা বৰ্তি আছিল ----লৈ খ্ৰীষ্টপূৰ্ব ৫০০০-১৫০০০ খ্ৰীষ্টপূৰ্ব ৭০০০-২০০০ খ্ৰীষ্টপূৰ্ব ৩৫০০-২০০০ খ্ৰীষ্টপূৰ্ব ৭০০০-২৫০০ বৰ্তমান ভাৰতত অৱস্হিত সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ বসতি স্হান আছিল ধোলাবিৰা ল'থাল পাটনা কুণ্টাছি সিন্ধু সভ্যতাৰ পতনৰ মূল কাৰণ ভূমিকম্প বানপানী বিদেশী আক্ৰমণ মহামাৰী ব্ৰাহ্মী আৰু খাৰোষ্ঠী লিপিৰ পাঠোদ্বাৰ কৰিছিল ম'ৰটিমাৰ উইলাৰ জ'ন মাৰশল আলেকজেন্দাৰ কানিংহাম উইলিয়াম জ'নছ 1 out of 2 সিন্ধু সভ্যতাৰ বিশেষত্ত হল স্হাপত্যবিদ্যা বাণিজ্য নগৰ পৰিকল্পনা এটাও নহয় নৱপ্ৰস্তযুগীয় শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল ছাৰ জন লুবক ম'ৰটিমাৰ উইলাক জন মাৰল এছ ডি ছাংকালিয়া সিন্ধু সভ্যতা কিমান পুৰনি ৫০০০ ৭০০০ ১০০০ ৩০০০ সিন্ধু সভ্যতাৰ শিল্প সমূহ গঢ়ি উঠিছিল প্ৰধানত –--------- ক কেন্দ্ৰ কৰি কাপোৰ কানি প্ৰস্তুত জাহাজ নিৰ্মাণ মনি মুকুতা তৈয়াৰ ধাতু বিজ্ঞান সিন্ধু সভ্যতাৰ চৰকাৰ ব্যৱস্হা আছিল ধৰ্মনিৰপেক্ষ যুক্তৰাষ্ট্ৰীয় পুৰোহিত ৰাজতন্ত্ৰ ধনতন্ত্ৰ 2 out of 2 Time's upTime is Up!