D El Ed Education Part1 May 10, 2020 admin Comments Off on D El Ed Education Part1 Welcome to "D El Ed Education Part1" শিক্ষাদান হব পাৰে নিদান পদ্ধতি উপশমিত পদ্ধতি জোখমাপৰ উৎপাদন গোটেইকেইতা শিক্ষাদানৰ যোগাযোগ সৃষ্টি হয় শিক্ষাৰ্থী আৰু শিক্ষক শিকাৰু আৰু অধ্যক্ষ শিক্ষক আৰু অধ্যক্ষ শিক্ষক আৰু অভিভাৱক শিক্ষাদান এটা প্ৰক্ৰিয়া যিটো হল বক্তিতা প্ৰতীকধৰ্মী উদ্দেশ্যধৰ্মী গোটেইকেইতা শিক্ষাদান এটা প্ৰক্ৰিয়া যিয়ে শিক্ষণৰ জন্ম দিয়ে। উক্তিটো দিছে আডামছ স্মিথ পিচি নান ড্ৰেভাৰ তলত দিয়া কোনটো শিক্ষাদান প্ৰক্ৰিয়াৰ লগত জড়িত নহয় অবিৰত প্ৰক্ৰিয়া সামাজিক প্ৰক্ৰিয়া বৃত্তিমূখী প্ৰক্ৰিয়া পাৰস্পৰিক প্ৰক্ৰিয়া 1 out of 2 শিক্ষাদান হল অবিৰাম যিয়ে স্মৃতি পৰ্যায়ৰ পৰা চিন্তন পৰ্যায়লৈ লৈ যায়। দুয়োটা পৰ্যায়ৰ মাজৰ সংযোগ ব্যৱস্হাটোক কোৱা হয় বোধ পৰ্যায় মূল্যায়ন পৰ্যায় নৈতিক পৰ্যায় সৃষ্টিশীল পৰ্যায় শিক্ষাদান প্ৰক্ৰিয়াৰ স্বাধীন পৰিৰ্তনশীল উপাদান কোনটো অধ্যক্ষ পাঠ্যক্ৰম শিক্ষক শিক্ষাৰ্থী শিক্ষকে সাধাৰণতে শিক্ষাদান কৰে একক পৰ্যায়ত বহুকিল্প পৰ্যায়ত ত্ৰি পৰ্যায়ত দ্বি পৰ্যায়ত তলত দিয়া কোনটো সুশিক্ষাদানৰ গুণ নহয় ই আবেগিক ভাৰসাম্যতা সৃষ্টি কৰে ই শিকাৰুসকলৰ অসুবিধা আতৰ কৰে ই শিকাৰুসকলৰ সম্ভাৱনীয়তাসমূহ শক্তিশালী কৰে ই শ্ৰেণীকক্ষৰ শিকাৰুৰ সমস্যা দূৰ কৰে নিৰাময় বা প্ৰতিকাৰক শিক্ষা দিয়া হয় পিছপৰি থকা শিক্ষাৰ্থীক দুৰ্বল শিক্ষাৰ্থীক ১ আৰু ৩ প্ৰতিভাৱান শিক্ষাৰ্থীক 2 out of 2 Time's upTime is Up!