April 17, 2020 admin Comments Off on Welcome to "Online Mock Test for Field Assistant Sahayak Assam Goverment" উজনি ব্ৰহ্মপূত্ৰ উপত্যকাৰ প্ৰধান শস্যসমূহ হৈছে ধান, চাহ, তৈলবীজ ধান, দাইল, তৈলবীজ ধান, মৰাপাট, তৈলবীজ চাহ, ধান, মৰাপাট None ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰবেশ কৰে আৰু তাৰ নাম কি ? পদ্মা হুগলি বেটৱা কেন None ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ’ল অসম উত্তৰ প্ৰদেশ গুজৰাট ৰাজস্থান None ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ ? ভূমধ্য সাগৰীয় চাভানা মৌচুমী ক্ৰান্তীয় None তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে ? উৰিষ্যা গুজৰাট ষ্টেফৰ্ড লাইন ৰিফট ভেলী None ভাৰতৰ মান সময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে ? পুৰী এলাহাবাদ কোভালম দ্বাৰকা None তলৰ কোন দুটা লো আৰু তীখা উদ্যোগ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছিল ? ভিলাই আৰু বোকাৰু বোকাৰু আৰু দুৰ্গাপুৰ ৰুৰকেল্লা আৰু বোকাৰু দুৰ্গাপুৰ আৰু ভিলাই None তলৰ কোনখন ৰাজ্যৰ আকাৰ ইউৰোপৰ পোলেণ্ডৰ সমান ? উৰিষ্যা বিহাৰ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ None পৃথিৱীৰ বৃ্হৎ দেশৰ তালিকাত ভাৰতবৰ্ষৰ স্থান কি ? চতুৰ্থ প্ৰথম দ্বিতীয় সপ্তম None ভাৰতৰ আটাইতকৈ বেচি মছলা উৎপাদন কৰা ৰাজ্য ? বাৰানসী গুজৰাট মুম্বাই কেৰেলা None আমূল দুগ্ধ সমবায় আঁচনি ক’ত অৱস্থিত ? আহমেদাবাদ নয়দা বিহাৰ গান্ধী নগৰ None তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই ? জম্মু আৰু কাশ্মীৰ হিমাচল প্ৰদেশ চিকিম নাগালেণ্ড None নাগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযোজিত ? ক’হিমা মণিপুৰ খেলমা ডিমাপুৰ None ধৱলগিৰি শৃংগ ক’ত অৱস্থিত ? তিব্বত-নেপাল নেপাল কাশ্মীৰ চিনকিয়াং তিব্বত None ৰাজস্থানৰ মাউন্ট আবু কিহৰ বাবে বিখ্যাত ? পাহাৰীয়া পৰ্য্যতন কেন্দ্ৰ শীতল জলবায়ু মছজিদ দিলৱাৰা মন্দিৰ None 1 out of 3 Time's upTime is Up!