D El Ed Education Part2 admin 6 years ago Welcome to "D El Ed Education Part2" মুখে মুখে শিক্ষণ অধিকভাবে ব্যাহত হয় বিজ্ঞান শিক্ষাদান এটাও নহয় ভাষা শিক্ষাদান চিত্ৰাংকন শিক্ষাদান None গগনেৰ শ্ৰেণীকৰণ মতে শিক্ষণ অৱস্হাসমূহৰ সৰলতম ধৰণ হল নীতি শিক্ষণ সংকেত শিক্ষণ ধাৰণাৰ শিক্ষণ এটাও নহয় None শিক্ষাবিদ 'গজনেৰ' মতে শিক্ষাদানৰ মনোবৈজ্ঞানিক শক্তিসমূহ গোটেইকেইতা আচৰণ পৰিবৰ্তন কৰিবলৈ শক্তিসমূহ সংজ্ঞাত্মক শক্তিসমূহ শিক্ষণ অৱস্হাসমূহৰ পৰিৱৰ্তন কৰাৰ শক্তিসমূহ None ৰবাৰ্ট গজনেৰ মতে শিক্ষণ অৱস্হাৰ মুখ্য ধৰণ হল ৬ ৯ ৮ ৩ None প্ৰকৃতিগত আধাৰত শিক্ষাদান শ্ৰেণীভুক্ত কৰা হয় সংজ্ঞাত্মক, আবেগিক, মনোদৈহিক এটাও নহয় বৰ্ণনাত্মক, নিৰ্ণয়কাৰক, উপসমকাৰক ব্যাখ্যাত্মক, দৃঢ়তাসম্পন্ন, মেধাসম্পন্ন None 1 out of 2 এগৰাকী শিক্ষকৰ নিৰ্ণয় শিক্ষাদানৰ ক্ষেত্ৰত থকা মূল দায়িত্ব কি তথ্য সম্বন্ধিত শিকাৰুৰ ব্যক্তিগত আচৰণসমূহ শিকাৰুসকলৰ ভৰ্তিকৰণ আচৰণ নিৰ্ণয়কৰণ বৃত্তি বিশ্লেষণ কৰিবলৈ গোটেইকেইতা None শিক্ষাদানৰ অনানুষ্ঠানিক ধাৰাটোৰ প্ৰয়োজন হয় গোটেইকেইতা বিদ্যালয় এৰি যোৱা সকলৰ বাবে অশিক্ষিত সকলক শিক্ষিত কৰাৰ বাবে ন শিকাৰু সকলৰ বাবে None শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষাৰ্থীসকলক অধীন উপাদান হিচাপে ধৰা হয় কাৰণ শিক্ষকে শিক্ষাদান কৰা মতে শিকাৰুৱে শিকে শিক্ষকক শিকাৰুৱে মুৰ্খ সজায় শিক্ষাৰ্থীসকলে শিক্ষকৰ উপদেশ মানি লয় শিক্ষাৰ্থীসকলৰ ওপৰত শিক্ষকে ছাপ পেলায় None শৈক্ষিক সংগঠনক সমন্বিত কৰিবলৈ শিক্ষাদান তলত দিয়া ধৰনে শ্ৰেণীভূক্ত কৰিব পাৰি অগতানুুুগতিক, আনুুষ্ঠানিক অনানুুষ্ঠানিক আৰু অগতানুুুগতিক, আনুুষ্ঠানিক এটাও নহয় অনানুুষ্ঠানিক আৰু আনুুষ্ঠানিক None শিক্ষাদানৰ নিৰাময় কৰ্ম সম্পাদন হয় শিক্ষাদানৰ কৌশল অধিকভাৱে ব্যৱহাৰিক কৰাৰ বাবে ওপৰৰ দুয়োটা এটাও নহয় পুনৰ উৎপাদনৰ প্ৰক্ৰিয়া সংগঠিত কৰিবলৈ None 2 out of 2 {{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}Submitting… Time's upTime is Up!