D El Ed Education Part1 admin 5 years ago Welcome to "D El Ed Education Part1" নিৰাময় বা প্ৰতিকাৰক শিক্ষা দিয়া হয় ১ আৰু ৩ দুৰ্বল শিক্ষাৰ্থীক পিছপৰি থকা শিক্ষাৰ্থীক প্ৰতিভাৱান শিক্ষাৰ্থীক শিক্ষকে সাধাৰণতে শিক্ষাদান কৰে একক পৰ্যায়ত ত্ৰি পৰ্যায়ত বহুকিল্প পৰ্যায়ত দ্বি পৰ্যায়ত শিক্ষাদান হল অবিৰাম যিয়ে স্মৃতি পৰ্যায়ৰ পৰা চিন্তন পৰ্যায়লৈ লৈ যায়। দুয়োটা পৰ্যায়ৰ মাজৰ সংযোগ ব্যৱস্হাটোক কোৱা হয় মূল্যায়ন পৰ্যায় সৃষ্টিশীল পৰ্যায় বোধ পৰ্যায় নৈতিক পৰ্যায় তলত দিয়া কোনটো সুশিক্ষাদানৰ গুণ নহয় ই শিকাৰুসকলৰ সম্ভাৱনীয়তাসমূহ শক্তিশালী কৰে ই শ্ৰেণীকক্ষৰ শিকাৰুৰ সমস্যা দূৰ কৰে ই শিকাৰুসকলৰ অসুবিধা আতৰ কৰে ই আবেগিক ভাৰসাম্যতা সৃষ্টি কৰে শিক্ষাদান প্ৰক্ৰিয়াৰ স্বাধীন পৰিৰ্তনশীল উপাদান কোনটো পাঠ্যক্ৰম শিক্ষক শিক্ষাৰ্থী অধ্যক্ষ 1 out of 2 শিক্ষাদানৰ যোগাযোগ সৃষ্টি হয় শিক্ষক আৰু অধ্যক্ষ শিকাৰু আৰু অধ্যক্ষ শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষক আৰু অভিভাৱক শিক্ষাদান এটা প্ৰক্ৰিয়া যিটো হল প্ৰতীকধৰ্মী বক্তিতা উদ্দেশ্যধৰ্মী গোটেইকেইতা শিক্ষাদান হব পাৰে গোটেইকেইতা জোখমাপৰ উৎপাদন উপশমিত পদ্ধতি নিদান পদ্ধতি শিক্ষাদান এটা প্ৰক্ৰিয়া যিয়ে শিক্ষণৰ জন্ম দিয়ে। উক্তিটো দিছে স্মিথ আডামছ ড্ৰেভাৰ পিচি নান তলত দিয়া কোনটো শিক্ষাদান প্ৰক্ৰিয়াৰ লগত জড়িত নহয় বৃত্তিমূখী প্ৰক্ৰিয়া অবিৰত প্ৰক্ৰিয়া সামাজিক প্ৰক্ৰিয়া পাৰস্পৰিক প্ৰক্ৰিয়া 2 out of 2 {{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}Submitting… Time's upTime is Up!