admin 6 years ago Welcome to "Online Mock Test for Field Assistant Sahayak Assam Goverment" আমূল দুগ্ধ সমবায় আঁচনি ক’ত অৱস্থিত ? নয়দা বিহাৰ গান্ধী নগৰ আহমেদাবাদ None ৰাজস্থানৰ মাউন্ট আবু কিহৰ বাবে বিখ্যাত ? মছজিদ শীতল জলবায়ু পাহাৰীয়া পৰ্য্যতন কেন্দ্ৰ দিলৱাৰা মন্দিৰ None পৃথিৱীৰ বৃ্হৎ দেশৰ তালিকাত ভাৰতবৰ্ষৰ স্থান কি ? সপ্তম দ্বিতীয় চতুৰ্থ প্ৰথম None ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰবেশ কৰে আৰু তাৰ নাম কি ? পদ্মা বেটৱা হুগলি কেন None তলৰ কোন দুটা লো আৰু তীখা উদ্যোগ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছিল ? ভিলাই আৰু বোকাৰু ৰুৰকেল্লা আৰু বোকাৰু বোকাৰু আৰু দুৰ্গাপুৰ দুৰ্গাপুৰ আৰু ভিলাই None নাগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযোজিত ? মণিপুৰ ডিমাপুৰ ক’হিমা খেলমা None ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ ? চাভানা ভূমধ্য সাগৰীয় ক্ৰান্তীয় মৌচুমী None তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে ? ষ্টেফৰ্ড লাইন ৰিফট ভেলী উৰিষ্যা গুজৰাট None ভাৰতৰ আটাইতকৈ বেচি মছলা উৎপাদন কৰা ৰাজ্য ? বাৰানসী মুম্বাই কেৰেলা গুজৰাট None উজনি ব্ৰহ্মপূত্ৰ উপত্যকাৰ প্ৰধান শস্যসমূহ হৈছে ধান, চাহ, তৈলবীজ ধান, দাইল, তৈলবীজ চাহ, ধান, মৰাপাট ধান, মৰাপাট, তৈলবীজ None ভাৰতৰ মান সময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে ? এলাহাবাদ দ্বাৰকা পুৰী কোভালম None তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই ? চিকিম নাগালেণ্ড হিমাচল প্ৰদেশ জম্মু আৰু কাশ্মীৰ None ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ অসম ৰাজস্থান গুজৰাট None ধৱলগিৰি শৃংগ ক’ত অৱস্থিত ? কাশ্মীৰ চিনকিয়াং তিব্বত নেপাল তিব্বত-নেপাল None তলৰ কোনখন ৰাজ্যৰ আকাৰ ইউৰোপৰ পোলেণ্ডৰ সমান ? মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ উৰিষ্যা None 1 out of 3 {{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}Submitting… Time's upTime is Up!