admin 6 years ago Welcome to "Online Mock Test for Field Assistant Sahayak Assam Goverment" তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই ? চিকিম নাগালেণ্ড জম্মু আৰু কাশ্মীৰ হিমাচল প্ৰদেশ None ৰাজস্থানৰ মাউন্ট আবু কিহৰ বাবে বিখ্যাত ? পাহাৰীয়া পৰ্য্যতন কেন্দ্ৰ শীতল জলবায়ু মছজিদ দিলৱাৰা মন্দিৰ None তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে ? গুজৰাট ৰিফট ভেলী উৰিষ্যা ষ্টেফৰ্ড লাইন None ভাৰতৰ আটাইতকৈ বেচি মছলা উৎপাদন কৰা ৰাজ্য ? কেৰেলা গুজৰাট মুম্বাই বাৰানসী None ভাৰতৰ মান সময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে ? দ্বাৰকা কোভালম এলাহাবাদ পুৰী None ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰবেশ কৰে আৰু তাৰ নাম কি ? পদ্মা বেটৱা কেন হুগলি None তলৰ কোনখন ৰাজ্যৰ আকাৰ ইউৰোপৰ পোলেণ্ডৰ সমান ? বিহাৰ মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ উৰিষ্যা None তলৰ কোন দুটা লো আৰু তীখা উদ্যোগ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছিল ? বোকাৰু আৰু দুৰ্গাপুৰ দুৰ্গাপুৰ আৰু ভিলাই ৰুৰকেল্লা আৰু বোকাৰু ভিলাই আৰু বোকাৰু None নাগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযোজিত ? খেলমা ডিমাপুৰ মণিপুৰ ক’হিমা None ধৱলগিৰি শৃংগ ক’ত অৱস্থিত ? কাশ্মীৰ তিব্বত-নেপাল চিনকিয়াং তিব্বত নেপাল None ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ’ল অসম ৰাজস্থান উত্তৰ প্ৰদেশ গুজৰাট None উজনি ব্ৰহ্মপূত্ৰ উপত্যকাৰ প্ৰধান শস্যসমূহ হৈছে ধান, দাইল, তৈলবীজ চাহ, ধান, মৰাপাট ধান, মৰাপাট, তৈলবীজ ধান, চাহ, তৈলবীজ None ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ ? ভূমধ্য সাগৰীয় মৌচুমী চাভানা ক্ৰান্তীয় None পৃথিৱীৰ বৃ্হৎ দেশৰ তালিকাত ভাৰতবৰ্ষৰ স্থান কি ? দ্বিতীয় চতুৰ্থ প্ৰথম সপ্তম None আমূল দুগ্ধ সমবায় আঁচনি ক’ত অৱস্থিত ? বিহাৰ আহমেদাবাদ গান্ধী নগৰ নয়দা None 1 out of 3 {{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}Submitting… Time's upTime is Up!