Online Mock Test for APDCL Field Assistant Sahayak Post [Part -1] admin 6 years ago General_knowledge_mocktest Online Mock Test Field Assistant Post of APDCL, Part- 1 Total no of Question: 15 Time: 20 minutes Welcome to "Online Mock Test for Field Assistant Sahayak Assam Goverment" উজনি ব্ৰহ্মপূত্ৰ উপত্যকাৰ প্ৰধান শস্যসমূহ হৈছে ধান, চাহ, তৈলবীজ চাহ, ধান, মৰাপাট ধান, মৰাপাট, তৈলবীজ ধান, দাইল, তৈলবীজ None ৰাজস্থানৰ মাউন্ট আবু কিহৰ বাবে বিখ্যাত ? মছজিদ দিলৱাৰা মন্দিৰ পাহাৰীয়া পৰ্য্যতন কেন্দ্ৰ শীতল জলবায়ু None ভাৰতৰ আটাইতকৈ বেচি মছলা উৎপাদন কৰা ৰাজ্য ? মুম্বাই কেৰেলা গুজৰাট বাৰানসী None তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে ? উৰিষ্যা ষ্টেফৰ্ড লাইন গুজৰাট ৰিফট ভেলী None ভাৰতৰ মান সময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে ? দ্বাৰকা এলাহাবাদ কোভালম পুৰী None পৃথিৱীৰ বৃ্হৎ দেশৰ তালিকাত ভাৰতবৰ্ষৰ স্থান কি ? সপ্তম প্ৰথম দ্বিতীয় চতুৰ্থ None ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ’ল গুজৰাট উত্তৰ প্ৰদেশ ৰাজস্থান অসম None ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ ? চাভানা ভূমধ্য সাগৰীয় মৌচুমী ক্ৰান্তীয় None তলৰ কোন দুটা লো আৰু তীখা উদ্যোগ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছিল ? ভিলাই আৰু বোকাৰু দুৰ্গাপুৰ আৰু ভিলাই ৰুৰকেল্লা আৰু বোকাৰু বোকাৰু আৰু দুৰ্গাপুৰ None নাগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযোজিত ? খেলমা ডিমাপুৰ ক’হিমা মণিপুৰ None ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰবেশ কৰে আৰু তাৰ নাম কি ? বেটৱা কেন হুগলি পদ্মা None আমূল দুগ্ধ সমবায় আঁচনি ক’ত অৱস্থিত ? গান্ধী নগৰ নয়দা আহমেদাবাদ বিহাৰ None তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই ? জম্মু আৰু কাশ্মীৰ চিকিম নাগালেণ্ড হিমাচল প্ৰদেশ None তলৰ কোনখন ৰাজ্যৰ আকাৰ ইউৰোপৰ পোলেণ্ডৰ সমান ? উৰিষ্যা মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ None ধৱলগিৰি শৃংগ ক’ত অৱস্থিত ? চিনকিয়াং তিব্বত কাশ্মীৰ নেপাল তিব্বত-নেপাল None 1 out of 3 {{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}Submitting… Time's upTime is Up!