Online Mock Test for APDCL Field Assistant Sahayak Post [Part -1] admin 6 years ago General_knowledge_mocktest Spread the love Online Mock Test Field Assistant Post of APDCL, Part- 1 Total no of Question: 15 Time: 20 minutes Welcome to "Online Mock Test for Field Assistant Sahayak Assam Goverment" ৰাজস্থানৰ মাউন্ট আবু কিহৰ বাবে বিখ্যাত ? পাহাৰীয়া পৰ্য্যতন কেন্দ্ৰ মছজিদ শীতল জলবায়ু দিলৱাৰা মন্দিৰ None উজনি ব্ৰহ্মপূত্ৰ উপত্যকাৰ প্ৰধান শস্যসমূহ হৈছে চাহ, ধান, মৰাপাট ধান, মৰাপাট, তৈলবীজ ধান, দাইল, তৈলবীজ ধান, চাহ, তৈলবীজ None তলৰ কোনখন ৰাজ্যৰ আকাৰ ইউৰোপৰ পোলেণ্ডৰ সমান ? উৰিষ্যা মধ্যপ্ৰদেশ মহাৰাষ্ট্ৰ বিহাৰ None পৃথিৱীৰ বৃ্হৎ দেশৰ তালিকাত ভাৰতবৰ্ষৰ স্থান কি ? চতুৰ্থ সপ্তম দ্বিতীয় প্ৰথম None তলৰ কোনখন ৰাজ্যত ৰেল আস্থান নাই ? চিকিম জম্মু আৰু কাশ্মীৰ নাগালেণ্ড হিমাচল প্ৰদেশ None তলৰ কোন দুটা লো আৰু তীখা উদ্যোগ ৰাছিয়াৰ সহযোগত নিৰ্মাণ কৰা হৈছিল ? দুৰ্গাপুৰ আৰু ভিলাই ৰুৰকেল্লা আৰু বোকাৰু ভিলাই আৰু বোকাৰু বোকাৰু আৰু দুৰ্গাপুৰ None ফাৰাক্কাৰ পাছত গংগাৰ মূল সুঁতিটো বাংলাদেশত প্ৰবেশ কৰে আৰু তাৰ নাম কি ? হুগলি কেন পদ্মা বেটৱা None আমূল দুগ্ধ সমবায় আঁচনি ক’ত অৱস্থিত ? বিহাৰ নয়দা আহমেদাবাদ গান্ধী নগৰ None ধৱলগিৰি শৃংগ ক’ত অৱস্থিত ? চিনকিয়াং তিব্বত তিব্বত-নেপাল কাশ্মীৰ নেপাল None ভাৰতৰ আটাইতকৈ বেচি মছলা উৎপাদন কৰা ৰাজ্য ? মুম্বাই কেৰেলা বাৰানসী গুজৰাট None তলৰ কোনডাল ৰেখাই ভাৰত আৰু চীনক পৃথক কৰিছে ? ষ্টেফৰ্ড লাইন উৰিষ্যা গুজৰাট ৰিফট ভেলী None ভাৰতৰ মান সময় নিৰূপক দ্ৰাঘিমা ৰেখাডাল কোন চহৰৰ মাজেৰে গৈছে ? এলাহাবাদ দ্বাৰকা কোভালম পুৰী None নাগালেণ্ডৰ কোনখন ঠাই ৰেলপথৰ দ্বাৰা সংযোজিত ? ক’হিমা খেলমা মণিপুৰ ডিমাপুৰ None ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ ? ক্ৰান্তীয় মৌচুমী ভূমধ্য সাগৰীয় চাভানা None ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন হ’ল উত্তৰ প্ৰদেশ ৰাজস্থান অসম গুজৰাট None 1 out of 3 {{#message}}{{{message}}}{{/message}}{{^message}}Your submission failed. The server responded with {{status_text}} (code {{status_code}}). Please contact the developer of this form processor to improve this message. Learn More{{/message}}{{#message}}{{{message}}}{{/message}}{{^message}}It appears your submission was successful. Even though the server responded OK, it is possible the submission was not processed. Please contact the developer of this form processor to improve this message. Learn More{{/message}}Submitting… Time's upTime is Up!